T-20ত ভাৰতৰ ক্লীন ছুইপ|

Guwahati/ 25th December’2017 (Prag News Desk): T-20ত ভাৰতৰ ক্লীন ছুইপ|

তৃতীয় T-20ত শ্ৰীলংকাক পৰাস্ত কৰিলে ভাৰতে|

শ্ৰীলংকাৰ ১৩৫ ৰানৰ প্ৰত্যুত্তৰত ভাৰতৰ ১৩৯ ৰান|

ভাৰতীয় বলাৰৰ সুন্দৰ প্ৰদৰ্শন|

ৱাছিং সুন্দৰ, মহম্মদ ছিৰাজৰ T-20ত অভিষেক|

টেষ্ট, এদিনীয়া শৃংখলাও দখল কৰিছিল ভাৰতে|

T-20ত মেন অব্ দ্য ছিৰিজ জয়দেৱ উনদকট|

 

Share it on

Leave a Reply