ধুবুৰীত অসম সাহিত্য সভাৰ শতবাৰ্ষিকীয় সামৰণি অনুষ্ঠান|

Guwahati/ 26th December’2017 (Prag News Desk):

ধুবুৰীত অসম সাহিত্য সভাৰ শতবাৰ্ষিকীয় সামৰণি অনুষ্ঠান|

প্ৰথম নাথ চক্ৰৱৰ্তী সমন্বয় ক্ষেত্ৰত এই সামৰণি অনুষ্ঠান|

সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা, সম্পাদক ডঃ পৰমানন্দ ৰাজবংশী উপস্থিত থাকে|

সভাৰ মূল পতাকাৰ লগতে ১০০ খন পতাকা উত্তোলন কৰা হয়|

Share it on

Leave a Reply