ধুবুৰীত ক্ৰমাত্ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ|

Guwahati/ 26th December’2017 (Prag News Desk):

ধুবুৰীত ক্ৰমাত্ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ|

ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী|

ফেৰীত থকা ৪ শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ|

ফকিৰগঞ্জৰ পৰা ধুবুৰী অভিমুখে গৈছিল ফেৰীখন|

ধুবুৰীৰ পৰা ছাহজাহান আহমেদৰ এক প্ৰতিবেদন|

 

Share it on

Leave a Reply