আন্তঃৰাষ্ট্রীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদক আঁজুৰিলে যুৱকে|

Guwahati/ 27th December’2017 (Prag News Desk): প্ৰতিভাৰ মৰণ নাই|

চৰকাৰী সাহায্য অবিহনে উজলিল কাৰ্বি পাহাৰৰ খেলুৱৈ|

আন্তঃৰাষ্ট্রীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদক আঁজুৰিলে যুৱকে|

স্বৰ্ণ পদকজয়ী প্ৰতিভাৱান হমজানান লংথাছা|

আৰ্থিক দীনতাৰ বাবে থমকিব লগা হৈছে খেলুৱৈগৰাকী|

Share it on

Leave a Reply