গোৱালপাৰাৰ ধূপধৰাত শৰীৰচৰ্চা প্ৰতিযোগিতা|

Guwahati/ 28th December’2017 (Prag News Desk):গোৱালপাৰাৰ ধূপধৰাত শৰীৰচৰ্চা প্ৰতিযোগিতা|

গোৱালপাৰাত জিলাভিত্তিক মিষ্টাৰ গোৱালাপাৰা|

প্ৰতিযোগিতাৰ বিচাৰক মিষ্টাৰ ইণ্ডিয়াখ্যাত গোলাপ ৰাভা|

নৱ প্ৰজন্মক শৰীৰচৰ্চাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতা|

 

Share it on

Leave a Reply