ট্ৰাকসহ মৃত ব্ৰয়লাৰ জব্দ কৰি আৰক্ষীক গতাই দিয়ে AJYCP কৰ্মীয়ে|

Guwahati/ 28th December’2017 (Prag News Desk): মৃত ব্ৰয়লাৰ বিক্ৰী কৰি হাতে-লোটে ধৰা পৰিল গহপুৰত|

ট্ৰাকসহ মৃত ব্ৰয়লাৰ জব্দ কৰি আৰক্ষীক গতাই দিয়ে AJYCP কৰ্মীয়ে|

গহপুৰৰ বিভিন্ন হোটেলত অসাধু ব্যৱসায়ীয়ে মৃত মুৰ্গী বিক্ৰী কৰি আহিছে|

এই কাৰ্যই জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে|

প্ৰশাসনে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ AJYCP কৰ্মীৰ|

 

Share it on

Leave a Reply