৩১ ডিচেম্বৰত নিশা চমক দিবলৈ সাজু হৈছে মহানগৰীৰ আগশাৰীৰ হোটেল ৰাজমহলে।

Guwahati/ 28th December’2017 (Prag News Desk): ৩১ ডিচেম্বৰত নিশা চমক দিবলৈ সাজু হৈছে মহানগৰীৰ আগশাৰীৰ হোটেল ৰাজমহলে। অতি কম মূল্যত পৰিয়ালৰ সৈতে ৩১ ডিচেম্বৰত উদযাপন কৰিব পাৰিব ৰাজমহলত। বিভিন্ন অত্যাধুনিক খাদ্য সম্ভাৰেৰে উদযাপন কৰিব পাৰিব ৩১ ডিচেম্বৰৰ নিশাটো। য’ত থাকিব বাৰ স্নেক্ছ, ছুপ এণ্ড ব্ৰেড কাউণ্টাৰ, dessertৰ লগতে স্থানীয় শিল্পীৰ সংগীতানুষ্ঠান। বুধবাৰে ৰাজমহল হোটেলত সংবাদমেল অনুষ্ঠিত কৰি বিনোদনৰ বাবে সকলো সুবিধা থাকিব বুলি কয় হোটেল কৰ্তৃপক্ষই।

 

 

Share it on

Leave a Reply