সাহিত্য সভাৰ নতুন সভাপতি ডঃ পৰমানন্দ ৰাজবংশী|

Guwahati/ 29th December’2017 (Prag News Desk): সাহিত্য সভাৰ নতুন সভাপতি ডঃ পৰমানন্দ ৰাজবংশী|

নিৰ্বাচনত প্ৰহ্লাদ তাছাক হৰুৱাই সভাপতি ডঃ পৰমানন্দ ৰাজবংশী|

ৰাজবংশীয়ে পালে ৩৯০টা ভোট, তাছাই পালে ১৭৪টা ভোট|

২১১টা ভোটেৰে উপ-সভাপতিৰূপে নিৰ্বাচিত হেমন্ত কুমাৰ বৰুৱা|

বৰুৱাৰ নিকটতম প্ৰতিদ্বন্দ্বী নোমলচন্দ্ৰ গগৈয়ে পালে ১৯৫টা ভোট|

প্ৰধান সম্পাদক পদত পদুম ৰাজখোৱাৰ জয়লাভ|

১৬১টা ভোট লাভ কৰি যাদৱ শৰ্মা শৰ্মাক পৰাভূত কৰিলে ৰাজখোৱাই|

যাদৱ চন্দ্ৰ শৰ্মাই লাভ কৰিলে ১৫১টা ভোট|

 

Share it on

Leave a Reply