নৱবৰ্ষলৈ মাজত মাথোঁ এটা দিন |

0
121

Guwahati/30th December’2017 (Prag News Desk):

নৱবৰ্ষলৈ মাজত মাথোঁ এটা দিন |

এতিয়া বনভোজথলীত বনভোজকাৰী দলৰ সমাগম |

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ আঁকৰ নগাওঁ |

উথপথপ হৈ পৰিছে বনভোজকাৰী দলেৰে |

টেঙাবাৰীৰ বনভোজথলীতো বনভোজকাৰী দলৰ ভিৰ |

নান্দনিক পৰিৱেশৰ মাজত লগে ভাগে এসাজ |

 

Share it on

Leave a Reply