আমগুৰিৰ জাঁজী নৈৰ পাৰত উদুলি-মুদুলি পৰিৱেশ…

Guwahati/ 3rd January’2018 (Prag News Desk): আমগুৰিৰ জাঁজী নৈৰ পাৰত উদুলি-মুদুলি পৰিৱেশ|

বীৰ পংৰাও ক্ষেত্ৰত আৰম্ভ জাঁজী আমগুৰি মহোত্সৱ|

লোকে লোকাৰণ্য হৈ পৰিছে মহোত্সৱথলী|

ঝুমুৰ, ঐনিতমৰ সুৰত মুখৰিত জাঁজী নৈৰ পাৰ|

ঢোল, মাদলৰ তালত কঁকাল ভাঙি নাচিছে  ডেকা-গাভৰুৱে|

৭ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজিত হৈছে মহোত্সৱ|

মহোত্সৱথলীত সম্বৰ্ধিত হ’ব ‘প্ৰাগ নিউজ’ৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা|

আমগুৰিৰ সু-সন্তান অজিত কুমাৰ ভূঞাক প্ৰদান কৰা হ’ব বীৰ পাংৰাও বঁটা|

Share it on

Leave a Reply