ৰাষ্ট্রীয় পৰ্যায়ত উজলিল অসম কন্যা নিলাক্ষী দেৱী|

0
96

Guwahati/ 3rd January’2017 (Prag News Desk):ৰাষ্ট্রীয় পৰ্যায়ত উজলিল অসম কন্যা নিলাক্ষী দেৱী|

কলকাতাত ৩ টাকৈ পদক আজুৰিলে কলাইগাঁৱৰ নিলাক্ষীয়ে|

সৰ্বভাৰতীয় লোকনৃত্যত প্ৰথম স্থান তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ|

শাস্ত্ৰীয় নৃত্যতো প্ৰথম স্থান, আধুনিক নৃত্যত ২য় স্থান|

 

Share it on

Leave a Reply