কামপুৰত সংগীত মহোত্সৱ|

Guwahati/ 4th January’2018 (Prag News Desk):কামপুৰত সংগীত মহোত্সৱ|

জুবিন গাৰ্গলৈ ২০১৭ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া সন্মান|

এই বঁটা প্ৰদান কৰে উপায়ুক্ত চমচিয়াৰ সিঙে|

সংগীত মহেত্সৱত গীত পৰিবেশন কৰে জুবিন গাৰ্গে|

যুৱ সমাজৰ উদ্যোগত আয়োজিত এই সংগীত মহোত্সৱ|

 

Share it on

Leave a Reply