চৰাইদেউৰ এঙেৰাখাত কোঁৱৰগাঁৱত মাঘবিহুৰ পৰিবেশ|

Guwahati/ 4th January’2018 (Prag News Desk):চৰাইদেউৰ এঙেৰাখাত কোঁৱৰগাঁৱত মাঘবিহুৰ পৰিবেশ|

জনগোষ্ঠীয় ভিত্তীত পৰ্যটন কৰ্মশালা আয়োজন|

কৰ্মশালাত প্ৰশিক্ষণ দিয়ে বিদেশী প্ৰশিক্ষকে|

কৰ্মশালাৰ অন্তত আলহীক আপায়ন পিঠা-চিৰা-দৈৰে|

গাঁওখনত আগতীয়াকৈ জ্বলিল খেৰৰ মেজি বাজিল ঢোল|

মাঘ বিহু দৰে পৰিবেশ হৈ পৰে গাঁওখনত|

 

Share it on

Leave a Reply