দৰঙত সঘনাই পথ দুৰ্ঘটনা|

Guwahati/ 4th January’2018 (Prag News Desk): দৰঙত সঘনাই পথ দুৰ্ঘটনা|

সজাগতাৰ বাবে ওলাই আহিল কন কন শিশু|

হেলমেট পৰিধান নকৰা চালকক সকলক ফুলৰ গছ আৰু মিঠাই খুৱালে|

দৰঙৰ আৰক্ষী অধীক্ষৰ অংশ গ্ৰহণ এই সজাগতা শিবিৰত|

 

 

Share it on

Leave a Reply