ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা…

0
128

Guwahati/ 4th January’2018 (Prag News Desk): মুকালমুৱাৰ গলদীঘলাত বনভোজ খাবলৈ গৈ মৃত্যু ৫ যুৱকৰ|

ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা|

যুৱককেইজন পদুম কৈৱৰ্ত, গৌতম কৈৱৰ্ত…|

নাৰায়ণ কৈৱৰ্ত, বিকাশ কৈৱৰ্ত, শ্ৰীমান কৈৱৰ্ত|

ঘটনাস্থলীত উপস্থিত নলবাৰী আৰক্ষী অধীক্ষক|

ঘটনাক লৈ সমগ্ৰ অঞ্চলত শোকৰ ছাঁ|

 

Share it on

Leave a Reply