কামপুৰ বনবিভাগৰ অভিযানত জব্দ ৪ খনকৈ বালি কঢ়িওৱা ট্ৰাক|

0
101

Guwahati/ 5th January’2018 (Prag News Desk): কামপুৰ বনবিভাগৰ অভিযানত জব্দ ৪ খনকৈ বালি কঢ়িওৱা ট্ৰাক|

বৰপানী নদীৰ বালিমহলৰ পৰা বালি কঢ়িয়াইছিল ট্ৰাককেইখনে|

দীৰ্ঘ দিনৰ পৰা চালানবিহীন ভাৱে সৰবৰাহ কৰিছিল বালি|

ট্ৰাক কেইখনৰ নম্বৰ AS-23 AC-1891, AS-21 C-1256|

AS-01 EC-0305 আৰু AS-01 B-7881|

 

Share it on

Leave a Reply