গুৱাহাটীৰ বীৰুবাৰীৰ সৰবৰহী ব্যক্তি কিৰণ চন্দ্ৰ শৰ্মাৰ মৃত্যু|

0
98

Guwahati/ 5th January’2018 (Prag News Desk): গুৱাহাটীৰ বীৰুবাৰীৰ সৰবৰহী ব্যক্তি কিৰণ চন্দ্ৰ শৰ্মাৰ মৃত্যু|

৮৫ বছৰ বয়সত মৃত্যু ৰামকৃষ্ণ মিছন ৰোড নিৱাসী শৰ্মাৰ|

৩ পুত্ৰ, ১ কন্যা ইহ সংসাৰত এৰি গৈছে কিৰণ চন্দ্ৰ শৰ্মাই|

 

Share it on

Leave a Reply