ডাইনীকাণ্ড সন্দৰ্ভত সজাগতা চলোৱাৰ চেষ্টা|

Guwahati/ 5th January’2018 (Prag News Desk):ডাইনীকাণ্ড সন্দৰ্ভত সজাগতা চলোৱাৰ চেষ্টা|

ডাইনীকাণ্ডক লৈ নিৰ্মাণ হৈছে চুটি ছবি|

ঢেকীয়াজুলিত দৃশ্যগ্ৰহণ চুটি ছবিখনৰ|

ছবিখনৰ পৰিচালনা ‘প্ৰাগ নিউজ’ৰ সাংবাদিক দিগন্ত শৰ্মাৰ|

‘প্ৰাগ নিউজ’ৰ ঢেকীয়াজুলিৰ সংবাদদাতা দিগন্ত শৰ্মা|

 

Share it on

Leave a Reply