নিজ ঘৰতে দুৰ্ঘটনাক্ৰমে আহত সাংসদ বিজয়া চক্ৰৱৰ্তী|

0
127

Guwahati/ 5th January’2018 (Prag News Desk): নিজ ঘৰতে দুৰ্ঘটনাক্ৰমে আহত সাংসদ বিজয়া চক্ৰৱৰ্তী|

ভৰি, ককালত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাংসদগৰাকী|

১০৮ এম্বুলেন্সেৰে ততালিকে GMCHলৈ প্ৰেৰণ বিজয়া চক্ৰৱৰ্তীক|

বহাকোঠাতে চকীৰ পৰা বাগৰি পৰিছিল বিজয়া চক্ৰৱৰ্তী|

 

 

Share it on

Leave a Reply