পুনৰ স্থগিত ৰাকেশ পালৰ জামিন আৱেদনৰ শুনানি|

0
115

Guwahati/ 5th January’2018 (Prag News Desk): পুনৰ স্থগিত ৰাকেশ পালৰ জামিন আৱেদনৰ শুনানি|

১২ জানুৱাৰীত পুনৰ হ’ব শুনানি|

ন্যায়ধীশ আদৰ্শ গোৱেল, ইউ ইউ ললিতৰ আদালতত হৈছিল শুনানি|

২২ ডিচেম্বৰতো শুনানি স্থগিত ৰাখিছিল ন্যায়ালয়ে|

ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ইতিমধ্যে শপতনামা দাখিল অসম চৰকাৰৰ অধিবক্তাৰ|

 

Share it on

Leave a Reply