মঙলদৈ অসামৰিক চিকিত্সালয়ত নাভূত নাশ্ৰুত ঘটনা|

0
107

Guwahati/ 5th January’2018 (Prag News Desk):  মঙলদৈ অসামৰিক চিকিত্সালয়ত নাভূত নাশ্ৰুত ঘটনা|

চিকিত্সকৰ ভুলৰ বাবে অভিভাৱকৰে সলনি হ’ল দুটি সন্তান|

অভিভাৱকৰ এজাহাৰ দাখিলৰ পাছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা|

২০১৫ চনৰ ১১ মাৰ্চত জন্মিছিল শিশুদুটি|

মেনাপাৰাৰ অনিল বড়ো-শেৱালী বড়োৰ সন্তান সলনি|

শ্যামপুৰ বদলিচৰৰ ছাহাবুদ্দিন আহমেদ-ছালেমা পাৰবীনৰ সন্তানৰে সাল-সলনি|

আঢ়ৈবছৰৰ পিছত DNA পৰীক্ষাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা|

মঙলদৈ থানাত 990/2015 নম্বৰত গোচৰ ৰুজু|

ছাহাবুদ্দিনে লিখিত অভিযোগ দিছিল গুৱাহাটীৰ স্বাস্থ্য সঞ্চালকালয়ত|

মঙলদৈ অসামৰিকৰ তদানীন্তন অধীক্ষক সন্দেহৰ আওতাত|

 

Share it on

Leave a Reply