APSC কেলেংকাৰিৰ ৩য়খন অভিযোগনামা দাখিল|

0
97

Guwahati/ 5th January’2017 (Prag News Desk):

APSC কেলেংকাৰিৰ ৩য়খন অভিযোগনামা দাখিল|

বিশেষ আদালতত দাখিল কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে|

২৫ ACS-APSৰ বিৰুদ্ধে অভিযোগনামা|

পলাতক ৰাকেশ গুপ্তাৰ বিৰুদ্ধেও অভিযোগনামা দাখিল|

নিশামণি ডেকাৰ জামিন আৱেদন নাকচ|

৩ মহীয়া কেঁচুৱাটোৰ চিকিত্সাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ|

GMCHৰ চিকিত্সকৰ দ্বাৰা নিতৌ পৰীক্ষাৰ নিৰ্দেশ আদালতৰ|

২২ ফেব্ৰুৱাৰীৰ ভিতৰত দাখিল কৰিব লাগিব পূৰ্ণাংগ খতিয়ান|

আদালতৰ নিৰ্দেশ ডিব্ৰুগড় আৰক্ষীক|

 

Share it on

Leave a Reply