Miss Tibet shifts from Himachal to New York

0
72

Guwahati/ 5th January’2018 (Prag News Desk):পোন্ধৰ বছৰীয়া পৰম্পৰাৰ অৱসান ঘটিল মিছ তিব্বত সৌন্ধৰ্য প্ৰতিযোগিতাৰ ক্ষেত্ৰত। ২০০২ চনৰ পৰা হিমাচল প্ৰদেশৰ ছিমলাত অনুষ্ঠিত হৈ আহিছিল এই Beauty Pageant। কিন্তু আগন্তুক প্ৰতিযোগিতাখন স্থানান্তৰ কৰা হৈছে আমেৰিকালৈ। কাৰণটো অৱশ্যে চিমলাৰ স্থানীয় লোকৰ এক বিশেষ আপত্তি । কাৰণ এই প্ৰতিযোগিতাখনৰ বিকিনি ৰাউণ্ডে স্থানীয় সমাজ ব্যৱস্থাৰ বিৰুপ প্ৰভাৱ পেলোৱা বুলি অনুভৱ কৰিছে ছিমলাবাসীয়ে। স্থানীয় লোকৰ আপত্তিৰ পাছতে আমেৰিকালৈ স্থানান্তৰ কৰা হ’ল প্ৰতিযোগিতাখন।

 

 

Share it on

Leave a Reply