কামাখ্যা মন্দিৰত বিজেপিৰ সভাপতি অমিত শ্বাহ|

0
155

Guwahati/ 6th January’2018 (Prag News Desk): কামাখ্যা মন্দিৰত বিজেপিৰ সভাপতি অমিত শ্বাহ|

দেৱী কামাখ্যাৰ আশিষ বিচাৰি নীলাচলত অমিত শ্বাহ|

কামাখ্যা দৰ্শনৰ পিছতেই ৰাওনা হ’ব মেঘালয়লৈ|

তুৰা আৰু শ্বিলঙত অংশ ল’ব নিৰ্বাচনী সভাত|

আজি নিশাটো শ্বিলঙত কটাব অমিত শ্বাহে|

অমিত শ্বাহৰ সৈতে আছে ৰাম মাধৱ আৰু মহেন্দ্ৰ সিং|

 

Share it on

Leave a Reply