কামৰূপ জিলাৰ কালাতলী, চাম্পুপাৰাত বনবিভাগৰ অভিযান|

0
126

Guwahati/ 6th January’2018 (Prag News Desk): কামৰূপ জিলাৰ কালাতলী, চাম্পুপাৰাত বনবিভাগৰ অভিযান|

অভিযান চলাই উত্খাত কৰে ২টা অবৈধ কাঠফলা মিল|

নগৰবেৰা ৰেঞ্জৰ বনকৰ্মীয়ে চলাই এই অভিযান|

দীৰ্ঘদিন ধৰি অঞ্চলটোত চলাই আছিল অবৈধ কাঠফলা মিল|

 

Share it on

Leave a Reply