গোলাঘাটৰ প্ৰৱীণ সাংবাদিক ক্ষীৰেশ্বৰ শইকীয়াৰ মৃত্যু|

0
152

Guwahati/ 6th January’2018 (Prag News Desk): গোলাঘাটৰ প্ৰৱীণ সাংবাদিক ক্ষীৰেশ্বৰ শইকীয়াৰ মৃত্যু|

শনিবাৰে গোলাঘাটৰ চান্দমাৰিৰ নিজা বাসগৃহত মৃত্যু শইকীয়াৰ|

দীৰ্ঘদিনধৰি সংবাদসেৱাৰ সৈতে জড়িত আছিল শইকীয়া|

এগৰাকী কৃতী শিক্ষকো আছিল সদ্যপ্ৰয়াত শইকীয়া|

শইকীয়াৰ মৃত্যুত গোলাঘাট জিলা সাংবাদিক সন্থাৰ শোক|

 

Share it on

Leave a Reply