জাগীৰোড পালিগুৰি গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি|

0
128

Guwahati/ 6th January’2018 (Prag News Desk):জাগীৰোড পালিগুৰি গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি|

পথ নিৰ্মাণৰ নামত লুন্ঠন পঞ্চায়ত সভাপতি-সচিবৰ বিৰুদ্ধে|

একেটা পথকে দুবাৰকৈ নিৰ্মাণ|

আঁচনিৰ ধন আত্মসাত্ কৰাৰ অভিযোগ সভাপতি-সচিবৰ বিৰুদ্ধে|

দুৰ্নীতি তদন্ত আৰু অভিযুক্তক শাস্তিৰ দাবী স্থানীয় ৰাইজৰ|

 

Share it on

Leave a Reply