তেজপুৰত ৰ’টাৰী ক্লাবৰ উদ্যোগত স্বচ্ছতা ৰেলী|

0
117

Guwahati/ 6th January’2018 (Prag News Desk): তেজপুৰত ৰ’টাৰী ক্লাবৰ উদ্যোগত স্বচ্ছতা ৰেলী|

ৰেলীৰ ফ্লেগঅফ কৰে উপায়ুক্ত মনোজ কুমাৰ ডেকাই|

‘তেজপুৰক পৰিষ্কাৰ কৰি ৰাখক’ শীৰ্ষক বাণীৰে এই ৰেলী|

তেজপুৰ পৌৰসভাক ৫টা ডাষ্টবিন প্ৰদান কৰে ৰ’টাৰী ক্লাবে|

ৰেলীত অংশ ল’লে ক্লাবৰ সদস্য, সামৰিক, অৰ্ধসামৰিক বাহিনীৰ জোৱান|

 

Share it on

Leave a Reply