পুঠিমাৰী নদীৰ বালিৰ কুঁৱেৰীত আকস্মিক অভিযান …

Guwahati/ 6th January’2018 (Prag News Desk): পুঠিমাৰী নদীৰ বালিৰ কুঁৱেৰীত আকস্মিক অভিযান বনমন্ত্ৰীৰ|

দীৰ্ঘদিনৰ পৰা বালিৰ ছিণ্ডিকেট চলি আছিল নদীখনত|

জব্দ ১৫ খন ডাম্পাৰ, ৬ খন এক্সেভেটৰ|

পলাই যায় গাড়ীৰ চালক, কৰ্মচাৰী|

Share it on

Leave a Reply