বন্ধ হ’ল নগাঁও-কলিয়াবৰ ৰাষ্ট্রীয় ঘাইপথৰ নিৰ্মাণ|

0
118

Guwahati/ 6th January’2018 (Prag News Desk): বন্ধ হ’ল নগাঁও-কলিয়াবৰ সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথৰ নিৰ্মাণ|

পথ নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিক-ঠিকাদাৰৰ বিক্ষোভ|

T K কোম্পানীৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ|

এবছৰ ধৰি প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰ্মচাৰী|

ক্ষুব্ধ কৰ্মচাৰীয়ে তলা ওলোমালে T K কোম্পানীৰ কাৰ্যালয়ত|

 

Share it on

Leave a Reply