বিধায়ক কমলাক্ষ দে’লৈ আলফা সেনাধ্যক্ষৰ ফোন|

0
140

Guwahati/ 6th January’2018 (Prag News Desk): বিধায়ক কমলাক্ষ দে’লৈ আলফা সেনাধ্যক্ষৰ ফোন|

NRCৰ খচৰা পৰেশ বৰুৱাৰ নাম অন্তৰ্ভুক্তিক লৈ মন্তব্য কৰিছিল কমলাক্ষই|

ইয়াৰ পিছতেই পৰেশ বৰুৱাই ফোন কৰে বিধায়কগৰাকীক|

বিতৰ্কিত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ আহ্বান বৰুৱাৰ|

ফোনকলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়কগৰাকীৰ|

 

Share it on

Leave a Reply