Three Rhino cubs relocated at Manas National Park

Guwahati/ 6th January’2018 (Prag News Desk): মানাহলৈ স্থানান্তৰিত তিনিটা গড় পোৱালী|

পানবাৰীৰ বন্য পানী উদ্ধাৰ কেন্দ্ৰ পৰা অনা হৈছে গড় পোৱালী কেইটা|

মাতৃৰ পৰা বিচিন্ন হৈছিল পোৱালী কেইটা|

এই তিনিটা পোৱালীৰে মানাহত গড়ৰ সংখ্যা বৃদ্ধি পালে ৩৫ টালৈ|

 

Share it on

Leave a Reply