ইণ্ডিয়ান বেংকৰ ৰূপহীহাটৰ হাতীপুখুৰী শাখাত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড|

0
106

Guwahati/ 8th January’2018 (Prag News Desk):ইণ্ডিয়ান বেংকৰ ৰূপহীহাটৰ হাতীপুখুৰী শাখাত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড|

খিৰিকি ভাঙি বাতৰি কাকতেৰে CC TV ঢাকি বেংকত প্ৰৱেশ চোৰৰ দলৰ|

কম্পিউটাৰ, CC TVৰ হাৰ্ডডিক্স আৰু নিৰাপত্তাৰক্ষীৰ বন্দুক লুটিলে চোৰে|

দুটাকে লকাৰ ভাঙিলেও নিবলৈ সক্ষম নহ’ল গ্ৰাহকৰ জমাধন|

ৰহস্যজনকভাৱে ঘটনা সন্দৰ্ভত মুখ খোলা নাই বেংক কৰ্তৃপক্ষই|

বেংক ডকাইটি সন্দৰ্ভত তদন্ত আৰম্ভ ৰূপহীহাট আৰক্ষীৰ|

 

Share it on

Leave a Reply