কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী সাপেখাতীৰ আদৰ্শ কৃষক প্ৰসাদ বৰুৱা…

0
129

Guwahati/ 8th January’2018 (Prag News Desk):কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী সাপেখাতীৰ আদৰ্শ কৃষক প্ৰসাদ বৰুৱা। ৩ বিঘা মাটিত কুঁহিয়াৰ খেতি কৰি বছৰি ২ৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰে বৰুৱাই। ঘৰতেই শাল তৈয়াৰ কৰি কুঁহিয়াৰ পেৰি গুৰ তৈয়াৰ কৰিছে আৰু সুলভ মূল্যত উত্কৃষ্ট গুৰ যোগান ধৰিছে গ্ৰাহকক। এনেদৰেই নিজৰ লগতেই ৬টা পৰিয়ালৰ কৰ্মসংস্থাপন দিছে প্ৰসাদ বৰুৱাই। বৰ্তমানলৈ চৰকাৰ অথবা কৃষি বিভাগৰ পৰা কোনো সাহাৰ্য পোৱা নাই। চৰকাৰী সাহাৰ্য লাভ কৰিলে কুঁহিয়াৰ খেতি অধিক বহলাই কৰাৰ কথা ক’লে প্ৰসাদ বৰুৱাই।

 

Share it on

Leave a Reply