গুৱাহাটীত বিক্ৰীকৰ বিভাগৰ বৃহত্ অভিযান|

0
94

Guwahati/ 8th January’2018 (Prag News Desk): গুৱাহাটীত বিক্ৰীকৰ বিভাগৰ বৃহত্ অভিযান|

বিভিন্ন প্ৰতিষ্ঠানত কৰ ফাকি সন্দৰ্ভত তালাচী|

ফাঁচী বজাৰ, আঠগাঁও, ৰাষ্ট্রীয় ঘাইপথৰ সমীপত অভিযান|

কেইবাটাও দলত ভাগ হৈ বিভাগে চলাইছে অভিযান|

বৃহত্ পৰিমাণৰ কৰ ফাকিৰ ঘটনা পোহৰলৈ আহিছে এই অভিযানত|

 

Share it on

Leave a Reply