গোলকগঞ্জৰ ছাগলীয়াত অবৈধ সুৰা কঢ়িওৱা ট্ৰাক জব্দ|

Guwahati/ 8th January’2018 (Prag News Desk): গোলকগঞ্জৰ ছাগলীয়াত অবৈধ সুৰা কঢ়িওৱা ট্ৰাক জব্দ|

অৰুণাচলৰ সুৰা কঢ়িয়াই আনিছিল ট্ৰাকখনত|

অৰুণাচলৰ পৰা পশ্চিমবংগ অভিমুখে গৈ আছিল ট্ৰাকখন|

ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন|

ট্ৰাকখনৰ নম্বৰ UP-81 AF-6538|

লগতে আটক চালক আৰু হেণ্ডিমেনকো|

 

 

Share it on

Leave a Reply