দিশপুৰ প্ৰেছ ক্লাৱত RSSৰ সংবাদমেল…

0
152

Guwahati/ 8th January’2018 (Prag News Desk): দিশপুৰ প্ৰেছ ক্লাৱত RSSৰ সংবাদমেল|

আঢ়ৈ বছৰীয়া প্ৰস্তুতিৰে ২১ জানুৱাৰীত খানাপাৰাত বিশাল হিন্দু সমাবেশ|

৩৩ হাজাৰ স্বয়ংসেৱকক সম্বোধণ কৰিব RSSৰ মুৰব্বী মোহণ ভাগৱতে|

অংশ ল’ব ড০ কৃষ্ণ গোপালসহ RSSৰ কেইবাজনো ৰাষ্ট্রীয় নেতাই|

কেইবাজনো সত্ৰাধিকাৰ, জনগোষ্ঠীয় ৰজা, বিভিন্ন সংগঠনক আমন্ত্ৰণ সমাবেশলৈ|

২১-২২ জানুৱাৰীতে মনিৰাম দেৱান ট্ৰেড চেন্টাৰত সংঘৰ কাৰ্যকৰ্তাৰ বিশেষ বৈঠক|

 

Share it on

Leave a Reply