‘নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক ৰূপ লয় এবছুৱে’: হাগ্ৰামা মহিলাৰী

0
140

Guwahati/ 8th January’2018 (Prag News Desk):এবছুৰ বিৰুদ্ধে সৰৱ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী|

‘নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক ৰূপ লয় এবছুৱে’|

এবছুৰ বাবেই বড়ো জাতিৰ উন্নয়ন নোহোৱাৰ অভিযোগ|

দুধনৈত এই মন্তব্য কৰিলে হাগ্ৰামা মহিলাৰীয়ে|

বিটিচিৰ বাহিৰৰ বড়োৰ বাবে পৃথক স্বায়ত্ত শাসনৰ পোষকতা|

 

Share it on

Leave a Reply