মাজুলীৰ পটভূমিত নিৰ্মান হ’ব এখন চলচ্চিত্ৰ|

Guwahati/ 8th January’2018 (Prag News Desk):মাজুলীৰ পটভূমিত নিৰ্মান হ’ব এখন চলচ্চিত্ৰ|

মাজুলীৰ ৰঙাচাহিত অনুষ্ঠিত হয় শুভ মহুৰত|

‘বৰনদী ভটীয়াই’ ছবিৰ চিত্ৰ গ্ৰহণ শুভমহুৰত|

ছবিখনৰ পৰিচালনা অনুভৱ কৌশিক বৰুৱাৰ|

ছবিখনত অভিনয় কৰিব মাজুলীৰে শিল্পীয়ে|

মাজুলীৰ বান খহনীয়াৰ দুৰ্দশাৰ মূল বিষয় হ’ব ছবিখনত|

 

Share it on

Leave a Reply