BELTOLA CYCLE RECORD

Guwahati/ 8th January’2018 (Prag News Desk):পাঠশালাৰ পৰা ধলা শদিয়ালৈ চাইকেল চলাই যাব এজন যুৱকে। ১৩০০ কিঃ মিঃ চাইকেলেৰে যাত্ৰা কৰিব কৌশিক পাটগিৰী নামৰ ২৩ বছৰীয়া যুৱকজনে। যুৱকজনৰ লক্ষ্য অসমত ইন্ধন ৰাহি কৰা তথা প্ৰদুষণ মুক্ত কৰা। কৌশিকৰ ঘৰ পাঠশালাত। পূৰ্ৱতে যুৱকজনে পাঠশালাৰ পৰা ভূটান ৭ বাৰ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটীলৈ ৪ বাৰ চাইকেল চলাই অহা যোৱা কৰিছে যুৱকজনে।

Share it on

Leave a Reply