কোকিলাৰ নাম্বাৰপাৰাত ঘোঁৰা দৌৰ প্ৰতিযোগিতা|

Guwahati/ 9th January’2018(Prag News Desk): কোকিলাৰ নাম্বাৰপাৰাত ঘোঁৰা দৌৰ প্ৰতিযোগিতা|

বিভিন্ন ঠাইৰ ১৫টাকৈ ঘোঁৰাই অংশগ্ৰহণ কৰে|

প্ৰথম পুৰস্কাৰ জয়ান আলীৰ মইনা পাখি ঘোঁৰাটোৱে|

দ্বিতীয় পুৰস্কাৰ জয়নুদ্দিন আলীৰ কাজুলি নামৰ ঘোঁৰাই|

ঘোঁৰা দৌৰ প্ৰত্যক্ষ কৰিবলৈ শতাধিক লোকৰ ভিৰ|

 

Share it on

Leave a Reply