গুৱাহাটীত ৰে’ল আৰক্ষীৰ অভিযান|

Guwahati/ 9th January’2018 (Prag News Desk):গুৱাহাটীত ৰে’ল আৰক্ষীৰ অভিযান|

জব্দ বৃহত্ পৰিমাণৰ ড্ৰাগ্ছ|

৪ কেজি ড্ৰাগ্ছসহ আটক এজন|

ধৃত লোকজন আবুতাহেৰ শ্বেখ|

নামনিমুৱা চেন্নাই এক্সপ্ৰেছৰে ডিমাপুৰৰ পৰা আনিছিল ড্ৰাগ্ছখিনি|

 

Share it on

Leave a Reply