চাপৰত ৰাষ্ট্রীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা|

0
116

Guwahati/ 9th January’2018 (Prag News Desk):

চাপৰত ৰাষ্ট্রীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা|

অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী|

নিহত ‍বাইক আৰোহীজন তহিদুৰ ৰহমান|

আহত আইশা জুলেখা নামৰ এগৰাকী মহিলা|

দুৰ্ঘটনাগ্ৰস্থ বাইকখনৰ নম্বৰ as-01 aq-5981|

 

Share it on

Leave a Reply