তেজপুৰৰ কলিয়াভোমোৰা সেতুলৈ ভাবুকি|

Guwahati/ 9th January’2018 (Prag News Desk):

তেজপুৰৰ কলিয়াভোমোৰা সেতুলৈ ভাবুকি|

সেতুৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগৰ চৰম দায়িত্বহীনতা|

বিগত ১৫ দিন ধৰি নিশা অন্ধকাৰত ডুব গৈ আছে দলংখন|

তিলমানো গুৰুত্ব দিয়া নাই দলঙৰ নিৰাপত্তাৰ ব্যৱস্থা|

৩ কিলোমিটাৰ দৈৰ্ঘৰ দলংখনত এতিয়া নাই পোহৰৰ ব্যৱস্থা|

কোনো দুৰ্ঘটনা হ’লেও গমেই নাপাব নিৰাপত্তাৰক্ষীয়ে|

 

 

Share it on

Leave a Reply