প্ৰসংগঃ চীনৰ অৰুণাচল প্ৰদেশ আগ্ৰাসন|

Guwahati/ 9th January’2018 (Prag News Desk): প্ৰসংগঃ চীনৰ অৰুণাচল প্ৰদেশ আগ্ৰাসন|

অৰুণাচলত পথ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ সন্মত চীন|

ভাৰতে ওভোতাই দিলে চীনৰ বাজেয়াপ্ত নিৰ্মাণ যন্ত্ৰপাতি|

২ দেশৰ সীমান্তৰক্ষীৰ বৈঠকত মতানৈক্য দূৰ|

অৰুণাচলত সীমান্তৰ পৰা ১ কিলোমিটাৰ সোমাই আহিছিল চীনা সৈন্য|

ভাৰতীয় সেনাই বাধা দিয়াত উভতিছিল চীনা সৈন্য|

চীনৰ দুখন এক্সেভেটৰ জব্দ কৰিছিল ভাৰতীয় সৈন্যই|

৬ জানুৱাৰীত ২ দেশৰ সীমান্তৰক্ষীৰ মাজত অনুষ্ঠিত হৈছিল বৈঠক|

মতানৈক্য আঁতৰ হোৱাৰ কথা ঘোষণা ভাৰতৰ সেনা প্ৰধানৰ|

ভাৰতীৰ সেনা প্ৰধান বিপিন ৰাৱটে প্ৰকাশ কৰিলে এই কথা|

 

Share it on

Leave a Reply