মহানগৰীৰ বিভিন্ন প্ৰান্তত বিক্ৰীকৰ বিভাগৰ অভিযান…

0
93

Guwahati/ 9th January’2018 (Prag News Desk): মহানগৰীৰ বিভিন্ন প্ৰান্তত বিক্ৰীকৰ বিভাগৰ অভিযান|

GST হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অভিযান বিক্ৰীকৰ বিভাগৰ|

মহানগৰীৰ আঠগাঁও, চাইকেল ফেক্টৰী, লখৰা আৰু বেলতলাত অভিযান GST শাখাৰ|

চাৰি পৃথক দলে একেসময়তে চলালে অভিযান|

বিসংগতিপূৰ্ণ গুদামৰ নথি-পত্ৰ জব্দ বিক্ৰী বিভাগৰ|

Share it on

Leave a Reply