মৰাণৰ সমীপৱৰ্তী খোৱাঙত চাঞ্চল্য|

Guwahati/ 9th January’2018 (Prag News Desk):

মৰাণৰ সমীপৱৰ্তী খোৱাঙত চাঞ্চল্য|

ধনাঞ্জয় দাস নামৰ এজন যুৱকক হত্যাৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ দলৰ|

দুৰ্লভ হালদাৰৰ নেতৃত্বত চলিছিল এই আক্ৰমণ|

আহত ধনাঞ্জয় দাসক AMCHলৈ প্ৰেৰণ|

দুৰ্লভসহ সহযোগী দলটোৰ পলায়ন|

 

Share it on

Leave a Reply