মৰিয়নীত ৰে’লৰ খুন্দাত আহত এটি হাতী পোৱালি|

Guwahati/ 9th January’2018 (Prag News Desk):

মৰিয়নীত ৰে’লৰ খুন্দাত আহত এটি হাতী পোৱালি|

ভেলাগুৰি চাহ বাগিচাৰ সমীপত এই ঘটনা|

ৰে’লপথৰ দাঁতিত পৰি আছিল হাতী পোৱালিটো|

বৰ্তমানেও চিকিত্সা কৰিব পৰা নাই হাতীটোৰ|

এমাহ পূৰ্বে মৰিয়নীত আহত হৈছিল আন এটি হাতী|

 

Share it on

Leave a Reply