লাকুৱাৰ পথালিগড়ত কেইবাটাও সংগঠনৰ পথ অৱৰোধ…

0
156

Guwahati/ 9th January’2018(Prag News Desk): লাকুৱাৰ পথালিগড়ত কেইবাটাও সংগঠনৰ পথ অৱৰোধ|

ONGCৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ|

আহোম গণমঞ্চ, AJYCP, আটাছু, আটছাৰ বিক্ষোভ|

৪৮ ঘণ্টাৰ বাবে ONGCৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী|

ব্যাহত হৈ পৰিছে ONGCৰ বাহনৰ যাতায়াত|

লাকুৱা-ৰাজগড় পথ পুনৰ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ|

 

Share it on

Leave a Reply