সমকামীৰ যৌন সম্পৰ্ক অপৰাধ নে!

Guwahati/ 9th January’2018 (Prag News Desk):সমকামীৰ যৌন সম্পৰ্ক অপৰাধ নে!

পুনৰ বিচাৰ কৰিবলৈ সন্মত উচ্চতম ন্যায়ালয়|

ন্যায়ালয়ে বিচাৰ কৰিব IPCৰ ৩৭৭ ধাৰাৰ বৈধতা|

IPCৰ ৩৭৭ ধাৰামতে প্ৰকৃতি বিৰুদ্ধ যৌন সম্পৰ্ক অপৰাধ|

শাস্তি ১০ বছৰ কাৰাদণ্ড|

ধাৰা ৩৭৭ খাৰিজ কৰাৰ আৱেদন সমকামীৰ|

আৱেদন পুনৰ বিবেচনা কৰিব সাংবিধানিক বিচাৰপীঠে|

২০০৯ চনত দিল্লী উচ্চ ন্যায়ালয়ে দিছিল সমকামিতাক স্বীকৃতি|

ব্যক্তিৰ গোপনীয়তাকো স্বীকৃতি দিছিল সৰ্বোচ্চ ন্যায়ালয়ে|

২০১৭ চনত ব্যক্তিৰ গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি|

ইয়াৰ আধাৰতেই ৩৭৭ ধাৰা পুনৰ বিবেচনাৰ আৱেদন|

 

Share it on

Leave a Reply